Please use this identifier to cite or link to this item: https://sibsagargirlscollegedl.in/jspui/handle/123456789/624
Title: Flood Donation by Marwari Yuva Manch and Marwari Sanmilan Sivasagar
Authors: Office of the Principal
Issue Date: 12-Aug-2026
Publisher: Sibsagar Girls College
Abstract: শিৱসাগৰ ছোৱালী কলেজৰ ছাত্ৰী নিবাসলৈ মাৰৱাৰী যুৱ মঞ্চ আৰু মাৰৱাৰী সন্মিলনৰ বান সাহাৰ্য ৷ ⚡শিৱসাগৰ ছোৱালী কলেজৰ ছাত্ৰী নিবাসৰ বানপানীত ক্ষতিগ্ৰস্ত সামগ্ৰীসমূহৰ প্ৰতি লক্ষ্য ৰাখি মাৰৱাৰী যুৱ মঞ্চ আৰু মাৰৱাৰী সন্মিলনে যৌথভাৱে বান সাহায্য প্ৰদান কৰে। ⚡আজি সংগঠন দুটাই ছাত্ৰী নিবাসলৈ ৪৭খন বিচনা আৰু মেট্ৰেছ, আঁঠুৱা, গাৰু, কাপোৰকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে
URI: https://sibsagargirlscollegedl.in/jspui/handle/123456789/624
Appears in Collections:2026 Events

Files in This Item:
File Description SizeFormat 
Capture.PNG533.76 kBimage/pngView/Open


Items in DSpace are protected by copyright, with all rights reserved, unless otherwise indicated.